
নগাঁৱৰ বৰঘাট বাইপাছত আৰক্ষীৰ অভিযান।
বৃহস্পতিবাৰে অভিযান চলাই আৰক্ষীয়ে।
দেহ ব্যৱসায়ৰ লগত জড়িত ১৭জনক গ্রেপ্তাৰ।
‘ভোগদৈ’ নামৰ ধাবাখনত অভিযান আৰক্ষীৰ।
দীৰ্ঘদিন ধৰি ধাবাখনত চলি আহিছিল অসামাজিক কাম-কাজ।
আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ধাবাখনৰ স্বত্বাধিকাৰী ৰাতু হাজৰিকাক।
যুৱতী যোগান ধৰোতা দুলাল আহমেদ নামৰ লোকজনকো গ্রেপ্তাৰ।
ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত নগাঁও আৰক্ষীৰ।