ৰহাৰ জোঙাল বলহু গড়ত ভয়াৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন...

ৰহাৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ৰহাৰ জোঙাল বলহু গড়ত সংঘটিত হৈছে এই ভয়াৱহ পথ দুৰ্ঘটনা। ৰৈ থকাত ট্রাকত খুন্দা মাৰে নগাঁও অভিমুখে

author-image
Asomiya Pratidin
New Update
ৰহাৰ জোঙাল বলহু গড়ত ভয়াৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন...

raha

ডিজিটেল ডেস্ক : ৰহাৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ৰহাৰ জোঙাল বলহু গড়ত সংঘটিত হৈছে এই ভয়াৱহ পথ দুৰ্ঘটনা। ৰৈ থকাত ট্রাকত খুন্দা মাৰে নগাঁও অভিমুখে আহি থকা আন এখন ট্রাকে।

Advertisment

উল্লেখ্য যে উক্ত দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন লোক। আনহাতে দুৰ্ঘটনাত আহত হৈছে দুজন লোক আৰু এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

আৰু পঢ়ক : কপিলি শিক্ষাখণ্ডৰ দিব্যাংগ শিশুসকলৰ মাজত ক্ৰীড়া প্ৰতিযোগিতা...

nagaon raha assam