New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- নগাঁৱৰ লোক নিৰ্মাণ বিভাগৰ অবিবেচক কাণ্ড।
- পথৰ সুৰক্ষাৰ কামৰ নামত অবিবেচক কাণ্ড।
- কামপুৰ-কঠিয়াতলি পথৰ সুৰক্ষাৰ নামত লৰা-ধেমালী।
- বানৰ পৰা পথ ৰক্ষা কৰিবলৈ লোক নিৰ্মান বিভাগে তেতেলিসৰাত পুতিছে বাঁহ।
- অবিবেচক ভাবে পোতা বাহে গুৰুতৰ ভাবে আঘাট কৰিলে কৰ্তব্যৰত সংবাদকৰ্মী অৰূপ জ্যোতি কেওট।
- পোতা বাহ ওভালি বাঁওভৰিত আঘাট কৰাত ব্যাপক ৰক্তক্ষয়ণ হয় অৰূপৰ ।
- ততাতয়াকৈ কঠিয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰা হৈছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us