নগাঁৱত জলসিঞ্চনৰ কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ

নগাঁৱত জলসিঞ্চনৰ কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ

author-image
asomiyapratidin
New Update
নগাঁৱত জলসিঞ্চনৰ কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ , নগাঁও : নগাঁৱৰ আমোলাপট্টিস্থিত জলসিঞ্চন বিভাগৰ চৰকাৰী আৱাসৰ পৰা এজন কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ হয়৷

আৰক্ষীয়ে কৰ্মচাৰী জনৰ মৃহদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ দিহা কৰে ৷ কৰ্মচাৰী জনৰ নাম হৈছে মোহিত চন্দ্ৰ দাস ৷ চৰ্তুৰ্থ শ্ৰেনীৰ কৰ্মচাৰী দাসৰ ঘৰ মৰিগাঁও জিলাত ৷
জলসিঞ্চন বিভাগৰ ধিঙ উপ সংমণ্ডলৰ কাৰ্যালয়ৰ চৌহদৰ এটি আবাসত এই ঘটনাটি সংঘটিত হয় ৷ জানিব পৰা মতে শনিবাৰে নিশা বিচনাত উঠা মোহিত চন্দ্ৰ দাস বিচনাতে মৃত অৱস্থাতে আৰক্ষীয়ে দেওঁবাৰে উদ্ধাৰ কৰে ৷

nagaon assam