নগাঁও হত্যাকাণ্ডত জড়িত অভিযুক্ত সুব্রত মজুমদাৰক গ্ৰেপ্তাৰ আৰক্ষীৰ...

ৰুবী দত্ত নামৰ এগৰাকী মহিলাক দাৰে ঘপিয়াই হত্যা কৰিছিল সুব্ৰত মজুমদাৰে

author-image
Asomiya Pratidin
New Update
নগাঁও হত্যাকাণ্ডত জড়িত অভিযুক্ত সুব্রত মজুমদাৰক গ্ৰেপ্তাৰ আৰক্ষীৰ...

nagaon murder case update

ডিজিটেল ডেস্ক : নগাঁও হৰিজন কলনীৰ হত্যাকাণ্ডত জড়িত অভিযুক্ত সুব্রত মজুমদাৰক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। উল্লেখ্য যে সুব্ৰত মজুমদাৰে ৰুবী দত্ত নামৰ এগৰাকী মহিলাক দাৰে ঘপিয়াই হত্যা কৰিছিল।

তেজেৰে তুমৰলি অৱস্থাত উদ্ধাৰ হৈছিল মহিলাগৰাকীৰ মৃতদেহ। মহিলাগৰাকীৰ স্বামী ৰাজু দত্ত ঘৰত নথকাৰ অৱস্থাত সমঘটিত হৈছিল উক্ত ঘটনাটো। আনহাতে, আৰক্ষীৰ তদন্তত এতিয়া নন তথ্য পোৰহলৈ আহিছে।

nagaon assam