/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/09f46c3e-2b92-4119-b4e7-70c98027e774/nagaon_medical.jpg)
nagaon medical
নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক হাস্পতালত চাঞ্চল্য।
ব্লাড চেণ্টাৰৰ সমীপত মৃতদেহ উদ্ধাৰৰ পিছতে উত্তেজনা।
মৃতদেহৰ দুৰ্গন্ধ পাই একাংশ চিকিৎসা কৰ্মীয়ে সন্ধান উলিয়ায় মৃতদেহটোৰ।
মৃতদেহটো এই পৰ্যন্ত চিনাক্ত হোৱা নাই।
ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী।
মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰা হৈছে মৃতদেহটো।
তাৰ পাছতহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us