ভয়ংকৰ ঘটনা; দুৰ্বৃত্তই গুলীয়াই এজনৰ পৰা কাঢ়ি নিলে লাখ লাখ টকা…

ভয়ংকৰ ঘটনা; দুৰ্বৃত্তই গুলীয়াই এজনৰ পৰা কাঢ়ি নিলে লাখ লাখ টকা…

author-image
asomiyapratidin
New Update
ভয়ংকৰ ঘটনা; দুৰ্বৃত্তই গুলীয়াই এজনৰ পৰা কাঢ়ি নিলে লাখ লাখ টকা…

ডিজিটেল সংবাদ, নগাঁও: নগাঁৱৰ কাঠপাৰাত গুলীচালনাৰ ঘটনা। SBI ৰ চি এচ পিৰ স্বতাধিকাৰীক গুলীচালনা। গুৰুত্বৰ ভাবে স্বতাধিকাৰ গৰাকী।

 আহত স্বতাধিকাৰীৰ নাম হৈছে হুমায়ুন কবিৰ । কলিয়াবৰ পৰা হুমায়ুন কবিৰ আহি আছিল কাৱৈমাৰীলৈ। তেতিয়াই কাঠপাৰাত দুখন মটৰ চাইকেলত অহা দুবৃত্তই বাট আগুৰি ধৰে হুমায়ুনক চাৰি জাই গুলী ফুটাই কেইবালাখ টকা লৈ উধাও হয়।

পথৰ ওপৰত ৰাঙলী হৈ থকা হুমায়ুন কবিৰক স্থানীয় লোকে উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে। বৰ্তমান সংকটজনক অৱস্থাত নগাঁও অসামৰিক চিকিৎসালয়ত হুমায়নৰ চিকিসা চলি আছে।

আৰু পঢ়ক: বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত খনিন দাসলৈ মুখ্যমন্ত্ৰীৰ বিশেষ বঁটা

nagaon assam Assam police