New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-4.jpg)
- নগাঁৱৰ ৰজাগাঁও দক্ষিণ জ্বৰ বাগানত বন্যহস্তীৰ সন্ত্রাস।
- বন্যহস্তীৰ আক্রমণত এগৰাকী মহিলাৰ মৃত্যু।
- মঙলবাৰে সংঘটিত হয় এই ঘটনা।
- মৃত মহিলাগৰাকীৰ নাম আছুলতা মল্লিক।
- বন্যহস্তীৰ আক্রমণত স্বপন মল্লিক নামৰ আন এজন লোকো আহত।
- সংকটজনক অৱস্থাত স্বপন মল্লিকক চিকিৎসালয়ত ভৰ্তি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us