New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/nagaon-1.jpg)
- নগাঁৱৰ বিশেষ শাখাৰ ডি এছ পিক বদলি।
- বটদ্ৰবা আৰক্ষী থানা অগ্নিসংযোগ ঘটনাৰ তৃতীয় দিনা এই নিৰ্দেশ।
- বিশেষ শাখাৰ ডি এছ পি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল দীপ্তি মালি।
- বিয়লি এছ পি লীনা দলেয়ে ঘোষণা কৰিছিল এছ বি ব্যৰ্থতাৰ কথা।
- থানা আক্ৰমনৰ আগতীয়া তথ্য নাছিল নগাঁৱৰ বিশেষ শাখাৰ হাতত।
- দীপ্তি মালিৰক বদলি কৰি নগাঁৱত নিয়ুক্তি দিয়া হৈছে বাবুধৰ দেউৰীক।
- ধুবুৰীৰ সীমান্ত শাখাৰ ডি এছ পি হিচাপে মালিক বদলি কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us