ৰেলৰ চেপাত নিহত এজন…

ৰেলৰ চেপাত নিহত এজন…

author-image
asomiyapratidin
New Update
ৰেলৰ চেপাত নিহত এজন…

ডিজিটেল সংবাদ , নগাঁও : নগাঁও জিলাৰ চাপৰমুখত ৰেলৰ চেপাত এজনৰ মৃত্যু ৷ চাপৰমুখ জংচনৰ সমীপৰ তিতামাৰী দলঙত উদ্ধাৰ হৈছে মৃতদেহটো ৷

ৰেল আৰক্ষীয়ে মঙলবাৰে পুৱা মৃতদেহটো উদ্ধাৰ কৰিছে ৷ উদ্ধাৰ হোৱা মৃতদেহটো বৰ্তমানলৈকে চিনাক্ত হোৱা নাই ৷ জানিব পৰা মতে অচিনাক্ত লোক জনে বিগত তিনিদিন ধৰি তিতামাৰী দলঙৰ ওচৰত অৱস্থান কৰি আছিল ৷

nagaon assam