অৱশেষত নগাঁৱত প্ৰদ্যুৎ বৰদলৈয়ে মাৰিলে শেষ হাঁহি…

অৱশেষত নগাঁৱত প্ৰদ্যুৎ বৰদলৈয়ে মাৰিলে শেষ হাঁহি…

author-image
asomiyapratidin
New Update
বিজেপিৰ উগ্ৰ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে সদায় যুঁজি যামঃ প্ৰদ্যুত্‍ বৰদলৈ

  • অৱশেষত নগাঁও লোকসভা সমষ্টিত শেষ হাঁহি মাৰিলে প্ৰদ্যুৎ বৰদলৈয়ে।
  • কংগ্ৰেছ প্ৰাৰ্থী বৰদলৈয়ে বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাক ১৬৭৫২টা ভোটত পৰাভূত কৰে।
  • প্ৰদ্যুৎ বৰদলৈয়ে লাভ কৰা ভোটৰ সংখ্যা হৈছে ৭৩৯৭২৪টা ভোট।
  • আনহাতে ৰূপক শৰ্মাই লাভ কৰিছে ৭২২৯৭২টা ভোট।
  • সমষ্টিটোত নোটা ভোটৰ সংখ্যা হৈছে ১০,৭৫৭টা।
  • ২০১৪চনত সমষ্টিটোত ৰাজেন গোঁহাই জয়ী হৈছিল ১৪৩৫৫৯টা ভোটৰ ব্যৱধানত।
Advertisment