বঢ়মপুৰৰ তপতজুৰি পাহাৰত বিধ্বংসী অগ্নিকাণ্ড...

নগাঁৱৰ বঢ়মপুৰৰ তপতজুৰি পাহাৰত বিধ্বংসী অগ্নিকাণ্ড। পাহাৰৰ ওপৰৰ অংশত দাউদাউকৈ জ্বলি উঠে জুই।

author-image
Asomiya Pratidin
New Update
cfirtertyr
  • নগাঁৱৰ বঢ়মপুৰৰ তপতজুৰি পাহাৰত বিধ্বংসী অগ্নিকাণ্ড।
  • পাহাৰৰ ওপৰৰ অংশত দাউদাউকৈ জ্বলি উঠে জুই।
  • নিশা পাহাৰৰ ওপৰৰ এই অগ্নিকাণ্ডৰ পাছতে শংকিত হৈ পৰে স্থানীয় ৰাইজ।
  • দিনৰ ভাগত আৰক্ষীৰ গুলীচালনাৰ প্ৰশিক্ষণৰ ফলত জুই জ্বলাৰ সন্দেহ স্থানীয় ৰাইজৰ।
  • অৱশ্যে বন বিভাগে কোনো দুষ্টচক্ৰই জুই লগোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।
নগাঁও