/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/84e23de3-e98e-40c2-9e94-3608bd9c6fb2/nagaon.jpg)
nagaon apsc
ডিজিটেল সংবাদ, নগাঁও : শুকুৰবাৰে ঘোষণা কৰা হ'ল অসম লোকসেৱা আয়োগৰ ফলাফল। এই ফলাফলত নগাঁৱৰ চয়নিকা হাজৰিকাই কঢ়িয়ালে সফলতা ৷ আসাম চিভিল চাৰ্ভিচত চয়নিকাই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷
চয়নিকাই ১২১ খন আসনৰ ভিতৰত ৯৩ স্থান লাভ কৰিছে ৷ নগাঁৱৰ লগতে লংকালৈ গৌৰব কঢ়িয়াই অনা চয়নিকা গজেন হাজৰিকাৰ কন্যা ৷ গজেন হাজৰিকা অসম আন্দোলনৰ সৈতে জড়িত আছিল ৷