অসম লোকসেৱা আয়োগত নৱম স্থানেৰে উজ্বলিল নগাঁৱৰ ত্ৰিশানু...

ত্ৰিশানু বিপুল বৰাই নৱম স্থান লাভ কৰি গৌৰব কঢ়িয়াই আনিছে

author-image
Asomiya Pratidin
New Update
অসম লোকসেৱা আয়োগত নৱম স্থানেৰে উজ্বলিল নগাঁৱৰ ত্ৰিশানু...

nagaon apsc

ডিজিটেল সংবাদ, নগাঁও : শুকুৰবাৰে ঘোষিত হোৱা অসম লোকসেৱা আয়োগৰ ফলাফল অনুসৰি নগাঁৱৰ ত্ৰিশানু বিপুল বৰাই নৱম স্থান লাভ কৰি গৌৰব কঢ়িয়াই আনিছে ৷

Advertisment

আসাম চিভিল চাৰ্ভিচত ১২১ জনৰ ভিতৰত ত্ৰিশানুৰ ফলাফলে আনন্দিত কৰিছে নগাঁওবাসীক ৷ অপেন কেটেগৰিত নবম স্থান লাভ কৰা ত্ৰিশানু হৈছে নগাঁৱৰ আনন্দৰাম ঢ়েকিয়াল ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা বিপুল কুমাৰ বৰাৰ পুত্ৰ ৷ আসাম চাইঞ্চ চচাইটিৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্ব আছে বিপুল কুমাৰ বৰা ৷

assam nagaon