/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/5e333276-3ef7-4597-83f6-7683771eb5b1/q22.jpg)
ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰু জাজৰি আৰক্ষীৰ অভিযান
ৰাইডঙীয়াৰ গৰৈমাৰী শিৱমন্দিৰৰ সমীপত ড্ৰাগছ সহ এজনক আটক
দুটা চাবোনৰ বাকচত ড্ৰাগছ উদ্ধাৰ কৰে আৰক্ষীয়ে
অধিক তথ্যৰ বাবে বৰ্তমান জেৰা অব্যাহত ৰাখিছে আৰক্ষী দলটোৱে
ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম ইছমাইল আলী, ঘৰ জাজৰি থানাৰ অন্তৰ্গত বগৰীগুৰি পামত।
Also Read: বিভিন্ন দাবীত গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী