New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/dangor-khobr-1.jpg)
- নগাঁৱৰ পুৰণিগুদামৰ ন'আলিমুৰত ভয়ংকৰ দুৰ্ঘটনা।
 - থিতাতে নিহত ৩জন।
 - গুৱাহাটীৰ পৰা শিলঘাট অভিমুখী ৰেলৰ ইঞ্জিনে মহতিয়াই নিলে চুইফ্ট বাহনক।
 - তিনিজন আৰোহীলৈ চুইফ্ট গাড়ীখনে অতিক্ৰম কৰাৰ চেষ্টা কৰিছিল ন'আলিমুৰ স্থিত ৰেল আলি।
 - নিহত লোক তিনিজনৰ বৰ্তমান পৰ্যন্ত উদ্ধাৰ হোৱা নাই পৰিচয়।
 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us