আতংকিত অসমীয়া! সীমান্তত অস্ত্ৰধাৰী নগা দুৰ্বৃত্তৰ সন্ত্ৰাস...

পুনৰ নগা দুৰ্বৃত্তৰ সন্ত্ৰাস। মৰিয়নীৰ অসম-নগালেণ্ড সীমান্তত উত্তপ্ত পৰিস্থিতি।বন বিভাগক উদ্দেশ্যি কৰি নগা দুৰ্বৃওৰ গুলীবৰ্ষণ।

author-image
Asomiya Pratidin
New Update
আতংকিত অসমীয়া! সীমান্তত অস্ত্ৰধাৰী নগা দুৰ্বৃত্তৰ সন্ত্ৰাস...

ডিজিটেল সংবাদ,মৰিয়নীঃ পুনৰ নগা দুৰ্বৃত্তৰ সন্ত্ৰাস। মৰিয়নীৰ অসম-নগালেণ্ড সীমান্তত উত্তপ্ত পৰিস্থিতি।বন বিভাগক উদ্দেশ্যি কৰি নগা দুৰ্বৃওৰ গুলীবৰ্ষণ। তাৰ পাছতেই সৃষ্টি হয় উত্ত দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত বন ধ্বংস কৰি থকা নগা বেদখলকাৰীক বাধা দিবলৈ গৈছিল বন বিভাগৰ এটা দল।

Advertisment

নগা বেদখলকাৰীয়ে অসমৰ বন বিষয়া কৰ্মচাৰীলৈ লক্ষ্য কৰি ৪ জাই গুলী নিক্ষেপ কৰে। সৌভাগ্য ক্ৰমে হতাহত হোৱাৰ পৰা ৰক্ষা পৰে বনকৰ্মীৰ দলটো।ঘটনাস্থলীত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সংবাদকৰ্মীৰ এটা দলো উপস্থিত আছিল।বৰ্তমানেও বনাঞ্চল খনত শতাধিক অস্ত্ৰধাৰী নগা লোকে অৱস্থান কৰি আছে। সীমান্তৰ অসমীয়াৰ মাজত আতংক।

Also Read: জিলা বিলুপ্তিকৰণক লৈ প্ৰশ্নৰ সন্মুখীন চৰকাৰঃ কাৰণ দৰ্শোৱাৰ জাননী ন্যায়ালয়ৰ

Assam police naga