৩ মাহৰ অন্তত মুকলি আকাশৰ তললৈ নৱজ্যোতি; আলফা(স্বা)ৰ সমৰ্থনত দিছিল পোষ্ট

৩ মাহৰ অন্তত মুকলি আকাশৰ তললৈ নৱজ্যোতি; আলফা(স্বা)ৰ সমৰ্থনত দিছিল পোষ্ট

author-image
asomiyapratidin
New Update
চেলফিয়েই হ’ল কাল ! নৰনায়াণসেতুত দুৰ্ঘটনা, ৫ জনৰ অৱস্থা গুৰুতৰ…

  • অৱশেষত মুকলি আকাশৰ তললৈ যোৰহাটৰ নৱজ্যোতি দাস।
  • আলফাৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট দি গ্রেপ্তাৰ হৈছিল দাস।
  • তিনি মাহ পূৰ্বে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল নৱজ্যোতি দাসক।
  • সত্র ন্যায়াধীশৰ আদালতে জামিন মঞ্জুৰ কৰে নৱজ্যোতি দাসৰ।
  • ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থকাৰ প্রতিশ্রুতি দাসৰ।
  • আৱেগৰ বশৱৰ্তী হৈ এনে কাৰ্য কৰাৰ কথা স্বীকাৰ নৱজ্যোতিৰ।
assam ulfa i arrested Assam police