New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/77e8f27a-0692-42e9-af02-6b8b977ad265/bttt.jpg)
উৎকোচ লৈ এইবাৰ ধৰা পৰিল স্বাস্থ্য বিভাগৰ কৰ্মচাৰী।
দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ নৱজ্যোতি ভূঞা।
নগাঁও যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ নিম্ন বৰ্গৰ সহায়ক আছিল ভূঞা।
এজন ফিজিঅ থেৰাপিষ্টৰ পৰা উৎকোচ লৈছিল ২০,০০০ টকা।
উৎকোচ গ্ৰহণ কৰাৰ সময়তে হাতে লোটে ধৰে কৰ্মচাৰীগৰাকীক।