New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/landslide.jpg)
- নৱগ্ৰহৰ চিত্ৰাচলত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা।
- নিৰ্মীয়মান অট্টালিকাৰ খহি পৰিল গাৰ্ড ৱাল।
- খহি পৰিল GMC য়ে নিৰ্মান কৰা গাৰ্ড ৱাল।
- ফলত ঘৰটোত প্ৰৱেশ কৰা চিৰিও খহি পৰিল।
- বিপদজনকভাবে আছে অট্টালিকাটো।
- ঘৰটো ডিম্বেশ্বৰ কাকতি নামৰ এজন লোকৰ।
- ঘটনাস্থলীত উপস্থিত প্ৰশাসনৰ লোক।
- চিত্ৰাচল ৰাজহুৱা নামঘৰৰ সমীপত এই ঘটনা।