পল্টন বজাৰৰ হোটেল বৃন্দাবনত যুৱকৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
পল্টন বজাৰৰ হোটেল বৃন্দাবনত যুৱকৰ মৃত্যু

  • পল্টন বজাৰৰ হোটেল বৃন্দাবনত চাঞ্চল্যকৰ ঘটনা ।

  • হোটেলত আশ্ৰয় লৈ থকা যুৱকৰ ৰহস্যজনক মৃত্যু ।

  • মৃত যুৱকজন সৰ্থেবাৰীৰ অৰিজিত ডেকা ।

  • ১০ অক্টোবৰত হোটেলৰ ২০২ নং কোঠা বুক কৰিছিল যুৱকজনে ।

  • ৩ দিন ধৰি প্ৰেমিকাৰ সতে আছিল হোটেলৰ কোঠাত ।

  • শাৰীৰিক ভাৱে অসুস্থ হৈ আছিল অৰিজিত ।

  • বন্ধুৰ সৈতে প্ৰেমিকাই লৈ গৈছিল চিকিৎসালয়লৈ ।

assam guwahati