New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/b5955ea7-765e-4613-91a2-542fb16e844d/111.jpg)
তেজপুৰ যোৰগড় চাৰিআলিত নৃশংস হত্যাকাণ্ড
৭ জনীয়া দুৰ্বৃত্তই মৰিয়াই হত্যা কৰিলে এজন লোকক
মৃত লোকজন হবিবুৰ ৰহমান
এটা মছজিদৰ ওচৰত আক্রমণ কৰিছিল হবিবুৰ ৰহমানক
ভূমি বিবাদক কেন্দ্র কৰি এই হত্যাকাণ্ড
তেজপুৰ যোৰগড় চাৰিআলিত নৃশংস হত্যাকাণ্ড
৭ জনীয়া দুৰ্বৃত্তই মৰিয়াই হত্যা কৰিলে এজন লোকক
মৃত লোকজন হবিবুৰ ৰহমান
এটা মছজিদৰ ওচৰত আক্রমণ কৰিছিল হবিবুৰ ৰহমানক
ভূমি বিবাদক কেন্দ্র কৰি এই হত্যাকাণ্ড