জোনাইৰ উদয়পুৰত ছাত্রক নৃশংসভাৱে হত্যা...

জোনাইৰ উদয়পুৰত ছাত্রক নৃশংসভাৱে হত্যা...
  • জোনাইৰ উদয়পুৰত ছাত্রক নৃশংসভাৱে হত্যা

  • ছাত্রজনৰ নাম কালিং ময়ং

  • জোনাই লিচাং জুনিয়ৰ কলেজৰ ছাত্র আছিল কালিং

  • নিশা ৰাস চাই ঘৰলৈ ওভতাৰ সময়তে হত্যা

  • তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ ছাত্রজনৰ মৃতদেহ

  • ঘটনা সন্দৰ্ভত এজনক আটক আৰক্ষীৰ

  • ধৃত যুৱকজনৰ নাম মেতিন পাটিৰ

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in