New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/0e846a58-685b-4d9f-98b0-f400db9d6927/download.jpg)
জোনাইৰ উদয়পুৰত ছাত্রক নৃশংসভাৱে হত্যা
ছাত্রজনৰ নাম কালিং ময়ং
জোনাই লিচাং জুনিয়ৰ কলেজৰ ছাত্র আছিল কালিং
নিশা ৰাস চাই ঘৰলৈ ওভতাৰ সময়তে হত্যা
তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ ছাত্রজনৰ মৃতদেহ
ঘটনা সন্দৰ্ভত এজনক আটক আৰক্ষীৰ
ধৃত যুৱকজনৰ নাম মেতিন পাটিৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us