New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/dd0fd6d2-71e7-4a15-b611-47bb606b6756/111.jpg)
ধেমাজিৰ কানি বিল ন-গাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড
দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰিলে মহিলাক
মৃত মহিলাগৰাকী কানিবিল ন-গাঁৱৰ পুহিতা গগৈ
ঘৰত কোনো নথকাৰ সুযোগত হত্যা মহিলাগৰাকীক
ঘটনা সন্দৰ্ভত চিচিবৰগাঁও আৰক্ষীয়ে আটক কৰে এজনক
আটক ৰাজু হিলদৈ নামৰ যুৱকজনক
আৰু পঢ়ক : নেতৃত্ব হেৰুৱাব নেকি ইল'ন মাস্কে ?
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us