বাক্সাৰ বেতবাৰীত হত্যাকাণ্ড

বাক্সাৰ বেতবাৰীত হত্যাকাণ্ড
  • বাক্সাৰ বেতবাৰীত সংঘটিত হয় এক হত্যাকাণ্ড

  • দুৰ্বৃত্তই হত্যা কৰি পথৰ কাষত পেলাই থৈ যায় এজন যুৱকক

  • নিহত যুৱকজন বাদুলিপাৰাৰ ৰূপজ্যোতি দাস বুলি চিনাক্ত

  • বেতবাৰীৰ কালী পূজাথলীৰ সমীপত সংঘটিত এই ঘটনা

  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in