New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/2e5e938b-cce0-4d8c-b0a1-320d53208549/download.jpg)
বাক্সাৰ বেতবাৰীত সংঘটিত হয় এক হত্যাকাণ্ড
দুৰ্বৃত্তই হত্যা কৰি পথৰ কাষত পেলাই থৈ যায় এজন যুৱকক
নিহত যুৱকজন বাদুলিপাৰাৰ ৰূপজ্যোতি দাস বুলি চিনাক্ত
বেতবাৰীৰ কালী পূজাথলীৰ সমীপত সংঘটিত এই ঘটনা
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত