মহানগৰীত দুৰ্বত্তই হত্যা কৰি পেলাই থৈ গ'ল যুৱকৰ মৃতদেহ

পুনৰ মহানগৰীৰ বশিষ্ঠত এক চাঞ্চল্যকৰ হত্যাকাণ্ড।
মহানগৰীত দুৰ্বত্তই হত্যা কৰি পেলাই থৈ গ'ল যুৱকৰ মৃতদেহ
  • পুনৰ মহানগৰীৰ বশিষ্ঠত এক চাঞ্চল্যকৰ হত্যাকাণ্ড।

  • বৃহস্পতিবাৰে উদ্ধাৰ হয় এটা মৃতদেহটো।

  • বশিষ্ঠৰ ১৩ নম্বৰ গলিৰ কিনাৰা কাটাত উদ্ধাৰ মৃতদেহ।

  • কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থোৱাৰ সন্দেহ।

  • মৃতদেহৰ সমীপত উদ্ধাৰ ভিন্ন ধৰণৰ সামগ্ৰী।

  • জানিব পৰা মতে মৃত ব্যক্তি গৰাকী পেছাত এগৰাকী চালক।

  • স্নিফৰ দগৰ সৈতে আৰক্ষীৰ অভিযান।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in