New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
পুনৰ মহানগৰীৰ বশিষ্ঠত এক চাঞ্চল্যকৰ হত্যাকাণ্ড।
বৃহস্পতিবাৰে উদ্ধাৰ হয় এটা মৃতদেহটো।
বশিষ্ঠৰ ১৩ নম্বৰ গলিৰ কিনাৰা কাটাত উদ্ধাৰ মৃতদেহ।
কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থোৱাৰ সন্দেহ।
মৃতদেহৰ সমীপত উদ্ধাৰ ভিন্ন ধৰণৰ সামগ্ৰী।
জানিব পৰা মতে মৃত ব্যক্তি গৰাকী পেছাত এগৰাকী চালক।
স্নিফৰ দগৰ সৈতে আৰক্ষীৰ অভিযান।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us