বৰ্তমান পৰ্যন্ত ৭৪খন বিজেপিৰ দখলত ,২ খন কংগ্ৰেছৰ…

বৰ্তমান পৰ্যন্ত ৭৪খন বিজেপিৰ দখলত ,২ খন কংগ্ৰেছৰ…

author-image
asomiyapratidin
New Update
বৰ্তমান পৰ্যন্ত ৭৪খন বিজেপিৰ দখলত ,২ খন কংগ্ৰেছৰ…

ডিজিটেল ডেস্ক: আজি ঘোষণা হ'বলগীয়া পৌৰসভা নিৰ্বাচনৰ ফলাফলক লৈ অব্যাহত আছে ভোটগণনা। ১১ বজা পৰ্যন্ত ঘোষিত হোৱা ফলাফল অনুসিৰ নিৰ্বাচন অনুষ্ঠিত হোৱা ৮০ খন পৌৰসভাৰ ৭8খন যায় বিজেপিৰ দখললৈ।লগতে অগপই লাভ কৰিছে ২খন পৌৰসভা।

Advertisment

অন্যহাতে মাত্ৰ ১খন পৌৰসভাত জয়ী হ'বলৈ সক্ষম হয় কংগ্ৰেছ দল। নাৰায়নপুৰ পৌৰসভা দখললৈ আহিছে কংগ্ৰেছৰ।

ইয়াৰোপৰি মৰিয়ণিত ভাল ফলাফল দেখুৱাই নিৰ্দলীয় প্ৰাৰ্থীয়ে। মৰিয়ণি পৌৰসভাৰ নিৰ্বাচনত দেখা পোৱা গ'ল ৮টা ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে দুটা ৱাৰ্ডত বিজেপি প্ৰাৰ্থী জয়ী হৈছে।

বাকী পৌৰসভাৰ বাবে অব্যাহত আছে ভোটগণনা।

assam municipal election bjp