বিশ্বনাথ চাৰিআলি পৌৰসভা নিৰ্বাচনৰ সম্পূৰ্ণ ফলাফল

বিশ্বনাথ চাৰিআলি পৌৰসভা নিৰ্বাচনৰ সম্পূৰ্ণ ফলাফল

author-image
asomiyapratidin
New Update
মাজুলীত বিজেপি প্ৰাৰ্থী ভূৱন গামৰ অগ্ৰগতি

প্ৰতীকি ফটো

  • বিশ্বনাথ চাৰিআলিৰ মুঠ ৱাৰ্ড আছিল ১২টা।
  • বিনা প্ৰতিদ্বন্দ্বিতাৰে ৩টা ৱাৰ্ডত প্ৰাৰ্থী জয়ী হৈছিল।
  • ৯টা ৱাৰ্ডত হৈছিল নিৰ্বাচন।
  • ইয়াৰে ১০টা ৱাৰ্ড বিজেপিৰ দখলত।
  • একোটাকৈ ৱাৰ্ডত জয়ী হৈছে কংগ্ৰেছ আৰু অগপ প্ৰাৰ্থী।
  • ১নং ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হয় বিজেপি প্ৰাৰ্থী।
  • ২নং ৱাৰ্ডত ৪০৩টা ভোটত বিজেপি প্ৰাৰ্থী দীপক শইকীয়াৰ জয়।
  • ৩ নং ৱাৰ্ডত কংগ্ৰেছ প্ৰাৰ্থী সীমা দাস গুপ্তাৰ জয়লাভ কৰিছে ৬০৮টা ভোটৰ ব্যৱধানত ।
  • ৪ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী মিলন বৰা জয়ী হৈছে ৩০৭টা ভোটত।
  • ৫নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী জীৱন দাস জয়ী হৈছে ৫০২ টা ভোটত।
  • ৬নং ,১১ নং ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছিল বিজেপি প্ৰাৰ্থী।
  • ৭নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী নমী কলিতা ২৪০টা ভোটত জয়ী।
  • ৮নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী নিভা ভূঞা ৪০০ ভোটত জয়ী।
  • ৯নং ৱাৰ্ডত অগপ প্ৰাৰ্থী জুলু শইকীয়াৰ ৩০৭টা ভোটত জয়।
  • ১০ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী সুদীপ পাল জয়ী হৈছে ৪৬৮টা ভোটত।
  • ১২নং ৱাৰ্ডত আছমা চুলতানা ৪৫৪টা ভোটত জয়লাভ।
assam bjp municipal election agp