New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- ডিমৌত ৮টা ৱাৰ্ডত বিজেপিৰ জয়।
- ৰঙাপাৰা পৌৰসভাৰ ১০টা ৱাৰ্ডৰ ভিতৰত ৫ টাত বিজেপিৰ জয়।
- অগপ বিধায়ক পোনাকন বৰুৱাৰ ৱাৰ্ডত অগপ দলৰ প্ৰাৰ্থীৰ পৰাজয়।
- আমগুৰি পৌৰসভাৰ ৪টা ৱাৰ্ডত কংগ্ৰেছৰ জয়, ৩টা ৱাৰ্ডত বিজেপিৰ।
- পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছিল পৌৰসভাৰ ভোটগণনা।
- পলাশবাৰী পৌৰসভা বিজেপিৰ দখললৈ। ৮টা ৱাৰ্ডত জয় বিজেপিৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us