New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/national-voters-day.jpg)
- ৰবিবাৰে ৰাজ্যৰ ৮০টা পৌৰসভাত অনুষ্ঠিত হয় পৌৰ নিৰ্বাচন।
- ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি সন্ধিয়া ৮ বজালৈ ৬৯.৬৬ শতাংশ ভোটদান সম্পন্ন হয়।
- ৩৬ খন নিৰ্বাচনী জিলাৰ ৯৭৭টা ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত হয়।
- ২,০৫৪টা ভোটকেন্দ্রত ভোটগ্ৰহণ।
- ৯৭৭টা ৱাৰ্ডত ২,৫৩২ প্রাৰ্থীৰ প্রতিদ্বন্দ্বিতা।
- ইয়াৰে ৫৭ প্রাৰ্থীৰ বিনা প্রতিদ্বন্দ্বিতাৰে জয়।
- ৩৬ নিৰ্বাচনী জিলাৰ মুঠ ভোটাৰ ১৬,৭৩,৮৯৯ গৰাকী।
- ইয়াৰে ৮,৩২,৩৪৮ জন পুৰুষ, ৮,৪১,৫৩৪ গৰাকী মহিলা।
- তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ১৭ গৰাকী।