অসম মুখ্য-পৃষ্ঠা মহিলাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামীৰ পৰিয়ালৰ… মহিলাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামীৰ পৰিয়ালৰ… asomiyapratidin 28 Jun 2022 08:26 IST Follow UsNew Updateমুকালমুৱাত মহিলাৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য।মঙলবাৰে পোহৰলৈ আহিছে এই ঘটনা।স্বামী পৰিয়ালৰ বিৰুদ্ধে মহিলাগৰাকীক হত্যাৰ অভিযোগ।নিলুফা খাতুনক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ।স্বামী ৰবিউল হকে মানসিক অত্যাচাৰ চলাই অহাৰ অভিযোগ। assam mukalmuaআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক