বিজেপি ৰাষ্ট্ৰ হিতৰ কাম কৰা শক্তিৰ সৈতে থাকিব: বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক

বিজেপি ৰাষ্ট্ৰ হিতৰ কাম কৰা শক্তিৰ সৈতে থাকিব: বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক

author-image
asomiyapratidin
New Update
বিজেপি  ৰাষ্ট্ৰ হিতৰ কাম কৰা শক্তিৰ সৈতে থাকিব: বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক

ডিজিটেল সংবাদ, ওৰাং: মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ সন্দৰ্ভত মন্তব্য বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ। মহাৰাষ্ট্ৰত বাল থাকৰেৰ সপোণ নতুন চৰকাৰখনে পূৰ্ণ কৰিব পাৰিব বুলি আশা প্ৰকাশ শইকীয়াৰ।

Advertisment

ভাৰতীয় জনতা পাৰ্টি সদায় ৰাষ্ট্ৰ বিৰোধী শক্তিৰ বিপৰীতে ৰাষ্ট্ৰৰ হকে কাম কৰা শক্তিৰ সৈতে থাকিব বুলিও তাৎপৰ্যমূলক মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীৰ।

উল্লেখ যে ৰবিবাৰে ওৰাঙত কস্তৰবা গান্ধী বালিকা বিদ্যালয়ৰ শৈক্ষিক ভৱন আৰু ছাত্ৰী নিবাস নিৰ্মান কাৰ্যৰ শুভাৰম্ভণি কৰাৰ উদ্দেশ্যৰে ওৰাঙত উপস্থিত হৈছিল সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়া। তেওঁ দেওবাৰে লগতে ৰৌতাত প্ৰধান মন্ত্ৰী মোদীৰ মন কি বাত অনুষ্ঠান শুনিবলৈ আয়োজন কৰা ওদালগুৰি জিলা বিজেপিৰ কাৰ্যসূচীটো অংশ গ্ৰহণ কৰে।

আৰু পঢ়ক: এতিয়াও ভয়ংকৰ শিলচৰৰ বান পৰিস্থিতি, পানীৰ তলত ঘৰ-দুৱাৰ সকলো…

assam maharashtra dilip saikia