/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/a6b5da4e-c6ab-43cd-8fa4-eecd051140ee/download.jpg)
-
শনিবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰে আব্দুল খালেকে ।
-
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ মুখপাত্ৰৰ পদত আছিল আব্দুল খালেক ।
-
ইয়াৰ ওপৰিও বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল
নেতা গৰাকীয়ে ।
-
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খাৰ্গেৰ হৈ প্ৰচাৰৰ বাবে ল'লে এই সিদ্ধান্ত ।
-
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিক ইতিমধ্যেই দাখিল কৰিছে পদত্যাগ পত্ৰ ।
-
জ্যেষ্ঠ মুখপাত্ৰৰ সমান্তৰালকৈ আন সকলো দলীয় পদৰ পৰাও পদত্যাগ কৰে নেতা গৰাকীয়ে ।