পদত্যাগ কৰিলে আব্দুল খালেকে, অংশগ্ৰহণ কৰিব মল্লিকাৰ্জুন খাৰ্গেৰ নিৰ্বাচনী প্ৰচাৰত...

পদত্যাগ কৰিলে আব্দুল খালেকে, অংশগ্ৰহণ কৰিব মল্লিকাৰ্জুন খাৰ্গেৰ নিৰ্বাচনী প্ৰচাৰত...
  • শনিবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰে আব্দুল খালেকে ।

  • অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ মুখপাত্ৰৰ পদত আছিল আব্দুল খালেক ।

  • ইয়াৰ ওপৰিও বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল

    নেতা গৰাকীয়ে ।

  • ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খাৰ্গেৰ হৈ প্ৰচাৰৰ বাবে ল'লে এই সিদ্ধান্ত ।

  • অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিক ইতিমধ্যেই দাখিল কৰিছে পদত্যাগ পত্ৰ ।

  • জ্যেষ্ঠ মুখপাত্ৰৰ সমান্তৰালকৈ আন সকলো দলীয় পদৰ পৰাও পদত্যাগ কৰে নেতা গৰাকীয়ে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in