সন্ধান নাই পুত্ৰ-মাতৃৰ, চিন্তিত পৰিয়াল...

গুৱাহাটীৰ নুনমাটিৰ পৰা সন্ধানহীন দুই মাতৃ-পুত্র।

author-image
Asomiya Pratidin
New Update
সন্ধান নাই পুত্ৰ-মাতৃৰ, চিন্তিত পৰিয়াল...

  • গুৱাহাটীৰ নুনমাটিৰ পৰা সন্ধানহীন দুই মাতৃ-পুত্র।

  • সন্ধানহীন পূৰ্ণিমা বেগম আৰু পুত্র আজাদ আলী।

  • ঘটনা সন্দৰ্ভত নুনমাটি থানাত এজাহাৰ দাখিল পৰিয়ালৰ লোকৰ।

  • বিগত ৪ মাহৰ পৰা সন্ধানহীন হৈ আছে দুয়োগৰাকী।

  • কোনো ব্যক্তিয়ে দুই মাতৃ-পুত্রৰ সন্ধান লাভ কৰিলে যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ।

  • যোগাযোগ নং- 9957020222, 8811967943।

assam guwahati missing