New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
dangor kotha
মহানগৰীত মৃতদেহ উদ্ধাৰ।
হাতীগাঁৱত উদ্ধাৰ হৈছে মাতৃ-শিশুৰ মৃতদেহ।
এটা কোঠাৰ পৰা উদ্ধাৰ দুয়োটা মৃতদেহ।
মৃত মহিলাগৰাকীৰ নাম মাইনু চুলতানা।
উদ্ধাৰ হৈছে ৭ বছৰীয়া শিশুৰ মৃতদেহ।
ঘটনা স্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ আৰক্ষীৰ।
আত্মহত্যা নে হত্যা সেয়া নিশ্চিত কৰিব পৰা নাই আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us