মহানগৰীত চাঞ্চল্যকৰ ঘটনা! কোঠাৰ ভিতৰত মাতৃ-সন্তানৰ মৃতদেহ উদ্ধাৰ

মহানগৰীত চাঞ্চল্যকৰ ঘটনা! কোঠাৰ ভিতৰত মাতৃ-সন্তানৰ মৃতদেহ উদ্ধাৰ।হাতীগাঁৱত উদ্ধাৰ হৈছে মাতৃ-শিশুৰ মৃতদেহ।
dangor kotha
dangor kotha
  • মহানগৰীত মৃতদেহ উদ্ধাৰ।

  • হাতীগাঁৱত উদ্ধাৰ হৈছে মাতৃ-শিশুৰ মৃতদেহ।

  • এটা কোঠাৰ পৰা উদ্ধাৰ দুয়োটা মৃতদেহ।

  • মৃত মহিলাগৰাকীৰ নাম মাইনু চুলতানা।

  • উদ্ধাৰ হৈছে ৭ বছৰীয়া শিশুৰ মৃতদেহ।

  • ঘটনা স্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ আৰক্ষীৰ।

  • আত্মহত্যা নে হত্যা সেয়া নিশ্চিত কৰিব পৰা নাই আৰক্ষীয়ে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in