New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-19/5x7smlcx/া্া.jpg)
মৰিগাঁও আৰক্ষী নিশা তীব্ৰ অভিযান।
পুনৰ গ্ৰেপ্তাৰ ৮ জনকৈ চাইবাৰ অপৰাধীৰ গেং।
মৈৰাবাৰী থানা এলেকাৰ পৰা আটক এই চাইবাৰ গেঙটো৷
এটা বছৰত দুই শতাধিক চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ৷
নিশা আটকাধীন এজন অপৰাধী শাৰীৰিক অসুস্থতাৰ বাবে নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ৷
আৰক্ষীয়ে বৰ্তমানে অধিক তথ্যৰ বাবে চলাই আছে জেৰা।।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us