মৰিগাঁৱত চাঞ্চল্যঃ সন্তানৰ সন্মুখতে মাতৃক ধৰ্ষণ কৰি হত্য!

মৰিগাঁৱত চাঞ্চল্যঃ সন্তানৰ সন্মুখতে মাতৃক ধৰ্ষণ কৰি হত্য!

ডিজিটেল ডেস্কঃ মৰিগাঁও পচতিয়া উষা চাৰিআলিত নৃশংস হত্যাকাণ্ড। এমহীয়া শিশুৰ মাতৃক ধৰ্ষণ কৰি হত্যা দুৰ্বৃত্তৰ। মঙলবাৰে পোহৰলৈ আহে এই ঘটনা।

সন্তানৰ সন্মুখতে মহিলাগৰাকীক ধৰ্ষণ কৰি ডিঙি চেপি হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয়লোকে। মহিলাগৰাকীৰ স্বামী গুদামত নিশা গাৰ্ড হিচাপে থকা সময়ত সংঘটিত হয় এই ঘটনা।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃত ঘটনা। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।

মৰিগাঁৱত চাঞ্চল্যঃ সন্তানৰ সন্মুখতে মাতৃক ধৰ্ষণ কৰি হত্য!
আজি আহিনৰ পহিলা দিন, আগমণ ঘটিল ঋতুৰাণী শৰতৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in