/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/827cc01d-d25d-4349-99dc-31770539d3ea/111.jpg)
-
মৰিগাঁৱত তিৱা ছাত্র সন্থাৰ তিনি নেতাক আটক
-
নিশা আৰক্ষীয়ে নেলীৰ পৰা আটক কৰে তিনিওজনকে
-
আটক তিৱা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক অনুপ পাটৰ
-
আটক নেলী আঞ্চলিক সমিতিৰ উদেষ্টা দিপাংকৰ মাচলাই
-
আটক নেলী আঞ্চলিক সমিতিৰ সভাপতি উদিত পাটৰ
-
বিভিন্ন ব্যৱসায়িক ধন দাবী কৰাৰ অভিযোগত আটক ৩ নেতাক
-
তিনিওজন তিৱা ছাত্র সন্থাৰ অধিৱেশনৰ প্রস্তুতিত জড়িত আছিল