/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/ced7649d-8e8f-43ce-b73e-b5f40e7d4e60/2.jpg)
মৰিগাঁও জাগীৰোড সংযোগী পথৰ বাচনাঘাটৰ ফৰেষ্ট গেট দূৰ্ঘটনাগ্ৰস্ত এখন চিলিন্দাৰ ভৰ্তি ট্ৰাক।
AS25BC6636 নম্বৰ ট্ৰাক খনে নুমলিগৰ পৰা গুৱাহাটী অভিমুখে আনিছিল চিলিন্দাৰ খিনি।
ট্ৰাক খনৰ কিছু কাৰিকৰী বিজুতি হোৱাৰ ফলত বাচনাঘাটৰ ফৰেষ্ট গেটত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে।
দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও ট্ৰাক খনত ৩০৯ টাকৈ গেছ ভৰ্তি চিলিন্দাৰ থকাৰ ফলত শংকিত হৈছে স্থানীয় ৰাইজ।
Also Read: তিতাবৰত চোৰৰ সন্ত্ৰাস: নামঘৰীয়াক আৱদ্ধ কৰি নামঘৰৰ বয়-বস্তু লণ্ড ভণ্ড