/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-22/2nd0zoek/124.jpg)
মায়ঙৰ বহা সাতকাবৰীত পুৱতি নিশা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় ।
থিতাতে মৃত্যু ইক্ৰামুল হক (৩৫) নামৰ এজন লোক।
দা ৰে ঘপিয়াই হত্যা কৰে ইক্ৰামুলক।
গাঁৱৰ এজন লোকে হত্যা কৰা বুলি সন্দেহ।
পেচাত ইক্ৰামুল এজন মাছ বেপাৰী।
পুৱা ঘৰৰ পৰা মাছ ক্ৰয় কৰিবলৈ ওলাই যোৱাৰ সময়ত এই নৃশংস হত্যাকাণ্ডৰ বলি হয়।
ঘটনাস্থলীত সহস্ৰাধিক লোক উপস্থিত ।
ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us