মৰিগাঁৱত ৮ টাকৈ মোবাইল আৰু আলহীৰ বেগৰ পৰা টকা লৈ উধাও চোৰ

মৰিগাঁৱত ৮ টাকৈ মোবাইল আৰু আলহীৰ বেগৰ পৰা টকা লৈ উধাও চোৰ

author-image
Asomiya Pratidin
New Update
মৰিগাঁৱত ৮ টাকৈ মোবাইল আৰু  আলহীৰ বেগৰ পৰা টকা লৈ উধাও চোৰ

ডিজিটেল সংবাদ,মৰিগাঁওঃ মৰিগাঁৱৰ ন ভেটিৰ এখন বিয়া ঘৰত চোৰে লুটিলে ৮ টাকৈ মোবাইল ফোন আৰু আলহীৰ বেগৰ পৰা টকা-পইচা। সোমবাৰে নিশা নভেটি এখন বিয়া ঘৰত মানুহ শুই থকাৰ সুযোগ লৈ চোৰে লুটিলে আলহীৰ লগতে গৃহস্থৰ মোবাইল ফোন আৰু আলহীৰ বেগৰ টকা পইচাৰ লগতে বিভিন্ন সামগ্ৰী।

Advertisment

পৰৱৰ্তী সময়ত গৃহস্থই ঘৰত চোৰ সোমোৱা সম্ভেদ পাই বাহিৰত বিচাৰ-খোচাৰ কৰে। ইয়াৰোপৰি ভুক্তভোগীৰ বাইক খনো পথৰৰ দাঁতিত এৰি থৈ যায় চোৰে। ইতিমধ্যে পৰিয়ালটোৱে চুৰি কাণ্ড সন্দৰ্ভত আৰক্ষীক অবগত কৰিছে।

Also Read: তৃতীয়, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বদলিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা...

morigaon