/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/62b79973-a754-4324-bcd0-04a09a8d9659/392.jpg)
চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ অভিযান।
মায়ং, মিকিৰভেটা ,মৈৰাবাৰী, ভূৰাগাঁৱত আৰক্ষীৰ অভিযান।
জিলাখনৰ লাহৰীঘাট, বৰচলা থানা এলেকাতো ২৪ ঘণ্টা ধৰি তীব্ৰ অভিযান আৰক্ষীৰ ৷
জিলা আৰক্ষীৰ ১০টা বিশেষ দলে অভিযান চলাই বৰ্তমানলৈ ১০ জন চাইবাৰ অপৰাধীক আটক কৰে।
বৰ্তমানেও চলি আছে অভিযান।
Also Read: প্ৰাক্তন ফুটবল খেলুৱৈ বীৰেন ডেকাৰ বিয়োগ : মঙলদৈত শোকৰ ছাঁ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us