/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/5da8eecb-44db-4e65-bb0a-8eb71676232a/marigaon.jpg)
ব্যৱসায়ীৰ পৰা সুদৰ টকা লৈ থকাৰ সময়তে আটক এজনক...
এইবাৰ সুদ লোৱা লোকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
মৰিগাঁৱৰ গেৰাখোৱাত চলিল আৰক্ষীৰ এই অভিযান।
অভিযানত সুদ লৈ থকাৰ সময়তে আটক এজনক।
আটকাধীন লোকজনৰ নাম চৈয়দ আলী।
চৈয়দ আলীয়ে বজাৰত ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহৰ সময়তে আটক।
চৈয়দ আলীৰ ঘৰৰ পৰা জব্দ বহু পৰিমাণৰ ধন।
জব্দ কৰা হৈছে ধনৰ লেনদেনৰে জড়িত কাগজো।
Also Read: লক্ষ্য বিজেপিক গাদীচ্যুত কৰা ! দুধনৈত নিৰ্বাচনী কুচকাৱাজত ব্যস্ত আপ