/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/2aeea1c1-2e6b-46f6-9bf0-3bd6f3aec5a7/148.jpg)
পবিতৰাত অঘটন।
হাতীৰ আক্ৰমণত মাউতৰ মৃত্যু।
নিহত মাউতজনৰ নাম হীৰা কুমাৰ।
কিছু সময় পূৰ্বে বিক্ৰম নামৰ হাতীটোৱে আক্ৰমণ কৰে নিজৰ মাউতজনক।
হীৰা কুমাৰৰ ঘৰ দৰং জিলাত।
বানপানীৰ বাবে যোৱা কিছুদিন ধৰি পবিতৰাৰ ১১ টাকৈ হাতী মায়ং পাহাৰত ৰখা হৈছিল।
বুধবাৰে খং উঠি হাতীটোৱে আক্ৰমণ মাউতজনক কৰে।
Also Read: ইজৰাইলৰ প্ৰতিশোধঃ ঘৰৰ সৈতে উৰুৱাই দিলে হামাছৰ মুৰব্বীক ...