/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/big-news-face-750x430-1-1.jpg)
সীমান্ত শাখাৰ অভিযুক্ত আৰক্ষী জয়ন্ত কুমাৰ দাসক নিলম্বন।
নিলম্বনৰ নিৰ্দেশ দিয়ে মৰিগাঁও আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে।
সীমান্ত শাখাৰ উপ-আৰক্ষী অধীক্ষকৰ তদন্তৰ পিছতে নিলম্বন কৰা হয় দাসক।
উল্লেখ্য যে, অভিযুক্ত আৰক্ষীজনৰ সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেল তথা প্ৰতিদিন টাইমত সবিষ্টাৰে বাতৰি প্ৰকাশ পাইছিল।
প্ৰকাশিত বাতৰিৰ প্ৰভাৱতেই নিলম্বন আৰক্ষী বিষয়াগৰাকীক।
Also Read: চৰাইদেউত ৱাটাৰ পল' প্ৰতিযোগিতা