মৰিগাঁৱত নিশা আৰক্ষীৰ অভিযানঃ ১৭ টা চাইবাৰ অপৰাধী আটক...

dangor khabar
dangor khabar
  • নিশা মৰিগাঁৱৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযান।

  • চাইবাৰ অপৰাধীৰ বিৰুদ্ধে চলিল এই অভিযান।

  • অভিযানত আটক ১৭ টাকৈ চাইবাৰ অপৰাধীক।

  • বহিঃৰাজ্যৰ ব্যক্তিৰ নামত তেওঁলোকে লৈছিল ঋণ।

  • ব্যৱহাৰ কৰিছিল ভুৱা নথি, পত্ৰ।

  • লাহৰীঘাট, মৈৰাবাৰী অঞ্চলত চলিছিল এই অভিযান।

dangor khabar
প্ৰৱঞ্চক মানস চলিহাৰ বিৰুদ্ধে প্ৰয়াত সিদ্ধাৰ্থ বৰগোহাঁইৰ পিতৃৰ গোচৰ ৰুজু...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in