/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
dangor khabar
নিশা মৰিগাঁৱৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযান।
চাইবাৰ অপৰাধীৰ বিৰুদ্ধে চলিল এই অভিযান।
অভিযানত আটক ১৭ টাকৈ চাইবাৰ অপৰাধীক।
বহিঃৰাজ্যৰ ব্যক্তিৰ নামত তেওঁলোকে লৈছিল ঋণ।
ব্যৱহাৰ কৰিছিল ভুৱা নথি, পত্ৰ।
লাহৰীঘাট, মৈৰাবাৰী অঞ্চলত চলিছিল এই অভিযান।
Also Read: প্ৰৱঞ্চক মানস চলিহাৰ বিৰুদ্ধে প্ৰয়াত সিদ্ধাৰ্থ বৰগোহাঁইৰ পিতৃৰ গোচৰ ৰুজু...