পবিতৰাৰ অসম ট্যুৰ অপাৰেটৰ সংস্থাৰ বাৰ্ষিক সাধাৰণ সভা

পবিতৰাৰ অসম ট্যুৰ অপাৰেটৰ সংস্থাৰ বাৰ্ষিক সাধাৰণ সভা

author-image
Asomiya Pratidin
New Update
পবিতৰাৰ অসম ট্যুৰ অপাৰেটৰ সংস্থাৰ বাৰ্ষিক সাধাৰণ সভা

ডিজিটেল সংবাদ,মায়ং : শুকুৰবাৰে অসম ট্যুৰ অপাৰেটৰ সংস্থা চমুকৈ টুৱাৰ ১৪সংখ্যক বাৰ্ষিক সাধাৰণ সভাখন অনুষ্ঠিত কৰা হয়। পবিতৰাৰ MYSTIQUE MAYONG ইক ৰিজ'ৰ্টত উক্ত সভাখন অনুষ্ঠিত হয়।

উল্লেখ্য যে সভাত সৰ্বসন্মতি মৰ্মে অসম ট্যুৰ অপাৰেটৰ সংস্থাৰ নতুন সভাপতি কুণ্ডল ৰয় আৰু সম্পাদক হিচাপে মুকুল মেধিক বাচনি কৰা হয়। উদ্যোক্তাই জনোৱা অনুসৰি উক্ত সভাত উপস্থিত থাকিব ৰিনিকি ভূঞা শৰ্মা আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

Also Read: ক্ৰিকেটৰ নিতীশ কুমাৰ...

Pabitara Jayanta Mallabaruah