মৰিগাঁৱত অপৰাধ শাখাৰ অভিযান, জব্দ কুইণ্টল কুইণ্টল চাউল…

মৰিগাঁৱত অপৰাধ শাখাৰ অভিযান, জব্দ কুইণ্টল কুইণ্টল চাউল…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল ডেস্ক :

Advertisment
  • মৰিগাঁৱত অপৰাধ শাখাৰ অভিযান।
  • কুশতলী সমবায় আৰু টেঙাগুৰি সমবায় সমিতিত অভিযান।
  • সামগ্ৰী বিতৰণৰ লেনদেনৰ তথ্য নাই সমবায় সমিতিৰ হাতত।
  • টেঙাগুৰি সমবায় সমিতিৰ পৰা জব্দ ৮৪৫ কুইন্টল চাউল।
  • ৰাইজৰ বাবে আৱণ্টিত চাউল বিতৰণ নকৰাকৈ মজুতৰ অভিযোগ।
  • কুশতলীত অভিযানত জব্দ ৫৩৬ কুইণ্টল চাউল।
assam Assam police himanta biswa sarma nagaon