মৰিগাঁও জিলাৰ ২৯ খন সমবায় সমিতিৰ ২১ জন এজেন্টক নিলম্বন

মৰিগাঁও জিলাৰ ২৯ খন সমবায় সমিতিৰ ২১ জন এজেন্টক নিলম্বন

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

  • মৰিগাঁও জিলাৰ ২৯ খন সমবায় সমিতিৰ ১১ খন সমবায়ৰ ২১ জন এজেন্টক নিলম্বন।
  • নিলম্বন কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই।
  • ই-পছ মেচিনৰ জৰিয়তে সমবায়ৰ সামগ্ৰী বিতৰণ নকৰাৰ বাবে এই সিদ্ধান্ত জিলা উপায়ুক্তৰ।
  • জিলা উপায়ুক্ত গৰাকীয়ে MSA,44/2020/PT/84 (A) নম্বৰ চিঠিৰ জৰিয়তে নিলম্বন কৰিছে সমবায় এজেন্ট সকলক।
Advertisment
assam morigaon