অসম মুখ্য-পৃষ্ঠা মৰিগাঁৱত তীব্ৰবেগী বাহনে মহতিয়াই নিলে বাইক আৰোহীক মৰিগাঁৱত তীব্ৰবেগী বাহনে মহতিয়াই নিলে বাইক আৰোহীক asomiyapratidin 17 Jun 2022 19:12 IST Follow UsNew Updateমৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। শুকুৰবাৰে সন্ধিয়াভাগত সংঘটিকত হয় এই পথ দুৰ্ঘটনা।AS25DDC1284 নম্বৰ তীব্ৰবেগী টাটা মোবাইল গাড়ীৰে মহতিয়ালে AS21H7037 নম্বৰ মটৰ চাইকেলত। সংকটজনক অৱস্থাত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি দুয়োজন বাইক আৰোহীক। assam morigaon road accidentআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক